অসমগুৱাহাটীদৈনিক বাতৰিভাৰতৰাজনৈতিক

সমষ্টি পুনৰ নিৰ্ধাৰণৰ খচৰা ঘোষণা, অনুসূচিত জাতিৰ বাবে ৯ আসন সংৰক্ষণৰ প্ৰস্তাৱ

সমষ্টি পুনৰ নিৰ্ধাৰণৰ খচৰা ঘোষণা

নিৰ্বাচন আয়োগে জাৰি কৰিলে খচৰা

অনুসূচিত জাতিৰ বাবে ৯ আসন সংৰক্ষণৰ প্ৰস্তাৱ

অনুসূচিত জনজাতিৰ বাবে ১৯ আসন সংৰক্ষণৰ প্ৰস্তাৱ

৯৮ আসন সাধাৰণ শ্ৰেণীৰ বাবে ৰখাৰ প্ৰস্তাৱ

লোকসভাৰ ১৪ সমষ্টিৰ বাবেও খচৰা প্ৰস্তাৱ

SCৰ বাবে ১, STৰ বাবে ২ আসনৰ প্ৰস্তাৱ

পূৰ্বৰ ৮ SCৰ সংৰক্ষণৰ পৰিৱৰ্তে ৯ আসনলৈ বৃদ্ধি

STৰ ক্ষেত্ৰত পূৰ্বৰ ১৬ আসনৰ পৰিৱৰ্তে ১৯লৈ বৃদ্ধি

বিধানসভাৰ ১২৬ আসন অপৰিৱৰ্তিত ৰখাৰ সিদ্ধান্ত

পশ্চিম কাৰ্বি আংলং জিলাত বৃদ্ধি এখন আসন

ডিফু আৰু কোকৰাঝাৰ সংসদীয় সমষ্টি STৰ বাবে সংৰক্ষিত

বৰাকৰ ৩ জিলাক লৈ ২ লোকসভা আসন

কাজিৰঙাক লৈ এখন বিশেষ আসন

কলিয়াবৰ সংসদীয় সমষ্টিৰ নতুন নামাকৰণ কাজিৰঙা

মঙলদৈ সমষ্টি পৰিচিত হ’ব দৰং ৰূপে

তেজপুৰ সমষ্টিৰ নতুন পৰিচয় শোণিতপুৰ

বড়োলেণ্ডত সমষ্টিৰ সংখ্যা ১৬ৰ পৰা ১৯লৈ বৃদ্ধি

অসংৰক্ষিত হৈ থাকিল লখিমপুৰ সংসদীয় সমষ্টি

ধেমাজি জিলাৰ এটা বিধানসভা সমষ্টি অসংৰক্ষিত

সমষ্টি পুনৰ নিৰ্ধাৰণক লৈ ৰাজ্যজুৰি তীব্ৰ প্ৰতিক্ৰিয়া

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

5 × two =

Back to top button