অৰ্থনৈতিকঅসম

সাধাৰণ জনতাৰ মূৰত মাধমাৰ শোধাই বৃদ্ধি পালে পেট্ৰ’ল-ডিজেলৰ মূল্য

৪৮ দিনত ২৭ বাৰ বৃদ্ধি পালে পেট্ৰ’ল-ডিজেলৰ মূল্য

ৰাজ্যত পুনৰ হোৰাহুৰে বৃদ্ধি পাইছে পেট্ৰ’ল-ডিজেলৰ মূল্য। সাধাৰণ জনতাৰ মূৰত মাধমাৰ শোধাই ৪৮ দিনত ২৭ বাৰ বৃদ্ধি পালে পেট্ৰ’ল-ডিজেলৰ মূল্য।

৪৮ দিনত ডিজেলৰ মূল্য ৭.২৪ টকালৈ বৃদ্ধি পালে। ৪৮ দিনত পেট্ৰ’লৰ মূল্য ৬.৮২ টকালৈ বৃদ্ধি। উল্লেখযোগ্য যে, ৪ মে’ৰ পৰা একেৰাহে বৃদ্ধি পাইছে পেট্ৰ’ল-ডিজেলৰ মূল্য। অৱশেষত দেওবাৰে প্ৰতি লিটাৰ পেট্ৰ’লত ২৯ পইচা আৰু ডিজেলত ২৮ পইচা বৃদ্ধি পালে।

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

19 − 12 =

Back to top button