অসম

জামিন পালে সচিবালয়ত উৎকোচ লৈ গ্ৰেপ্তাৰ হোৱা সীমা দেৱীয়ে…

বিশেষ ন্যায়াধীশৰ আদালতে মঞ্জুৰ কৰিলে জামিন। পিয়ন ৰবীন সিং থাপাকো জামিন প্ৰদান।

সচিবালয়ৰ কৰ্মচাৰী সীমা দেৱীৰ জামিন মঞ্জুৰ। বিশেষ ন্যায়াধীশৰ আদালতে মঞ্জুৰ কৰিলে জামিন। পিয়ন ৰবীন সিং থাপাকো জামিন প্ৰদান।

২৫ হাজাৰ টকাকৈ দুজন জামিনদাৰৰ বিপৰীতে জামিন মঞ্জুৰ। ৪ হাজাৰ টকাৰ উৎকোচ লৈ ৪ জানুৱাৰীত হাতে-লোটে ধৰা পৰিছিল সীমা দেৱী। দুৰ্নীতি নিবাৰক শাখাই সীমা দেৱীৰ লগতে গ্ৰেপ্তাৰ কৰিছিল ৰবীন সিং থাপাক।

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

13 − six =

Back to top button