পৰিৱেশবিশ্ব

সমুদ্ৰত দাওদাওকৈ জ্বলিছে  জুই

মুহূৰ্ততে আৱৰি ধৰে ১৬ খনকৈ জাহাজক

সমুদ্ৰত দাওদাওকৈ জ্বলিছে  জুই৷ জুইৰ লেলিহান শিখাই আৱৰি ধৰিছে কেইবাখনো জাহাজ৷ জাহাজত আবদ্ধ যাত্ৰীৰ মাজত আতংক৷

হংকংৰ মৰীনা সাগৰৰ চেল্টৰত ৰৈ থকা জাহাজত হঠাৎ সংঘটিত হয় অগ্নিকাণ্ডৰ ঘটনা৷ হঠাতে সংঘটিত জুইয়ে মুহূৰ্ততে আৱৰি ধৰে ১৬ খনকৈ জাহাজক৷ জাহাজত থকা যাত্ৰীৰ মাজত সৃষ্টি হয় এক হাহাকাৰময় পৰিবৱেশৰ৷ জুইৰ ধোৱাই ছানি ধৰাত শ্বাহ- প্ৰশ্বাস লোৱাতো অসুবিধা হয় জাহাজত আবদ্ধ যাত্ৰীসকলৰ৷ পিছত উদ্ধাৰকাৰী দলে নিৰাপদে উদ্ধাৰ ৩৫ জনকৈ যাত্ৰীক কৰে৷

হংকংৰ মৰীনা ব্ৰীজত সংঘটিত হোৱা ভয়াৱহ অগ্নিকাণ্ডক লৈ হংকং প্ৰশাসনে গঠন কৰিছে এক তদন্ত কমিটিৰ৷

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

thirteen + two =

Back to top button