Assamassam policeCity newsCrimeঅপৰাধঅসমঅসম আৰক্ষীগুৱাহাটীদৈনিক বাতৰিভাৰত

জোনাইত মানৱ সমাজক লজ্জানত কৰা ঘটনা, ৫ বছৰীয়া শিশুক ধৰ্ষণ এটা লম্পটৰ….

জোনাইত মানৱ সমাজক লজ্জানত কৰা ঘটনা

৫ বছৰীয়া শিশুক ধৰ্ষণ এটা লম্পটৰ

গালী মেচাকিৰ গৰ্গৰাম পাৱৰ বিৰুদ্ধে অভিযোগ

বিস্কুটৰ প্ৰলোভন দি কণমানি শিশুক নিৰ্যাতন

কৰ্মসূত্ৰে শিশুটিৰ তামিলনাডুত থাকে শিশুটিৰ পিতৃ-মাতৃ

ককাক-আইতাকৰ সৈতে বসবাস কৰে শিশুটিৱে

ঘটনাক কেন্দ্ৰ কৰি জোনাইত তীব্ৰ প্ৰতিক্ৰিয়া

জোনাই থানাত লম্পটৰ বিৰুদ্ধে এজাহাৰ পৰিয়ালৰ

লম্পট গৌৰৱ পাৱক ফাঁচিৰ দাবী ক্ষুব্ধ ৰাইজৰ

 

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

three × one =

Back to top button