Educationঅপৰাধঅসম

নাকচ হ’ল SI কেলেংকাৰিত জড়িত ৰুবুল হাজৰিকাৰ জামিন

প্ৰশ্ন কাকত ফাদিলত মূল ভূমিকা লৈছিল ৰুবুল হাজৰিকাই

নাকচ কৰা হ’ল SI কেলেংকাৰিত জড়িত ৰুবুল হাজৰিকাৰ জামিন।

ৰুবুলৰ জামিন নাকচ কৰিলে গুৱাহাটী উচ্চ ন্যায়ালয়ে।

SI প্ৰশ্ন কাকত ফাদিলত মূল ভূমিকা লৈছিল ৰুবুল হাজৰিকাই। প্ৰশ্ন কাকত ৰখা বাকচ খুলি ফটো মাৰি লৈ আনিছিল হাজৰিকাই।

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

nine − 3 =

Back to top button