অপৰাধঅসম

১৪ নম্বৰঃ অনিমেষ হত্যা কাণ্ডৰ লগত জড়িত মটীয়া বৰণৰ ছাৰ্ট পৰিহিত অপৰাধী আৰক্ষীৰ জালত

যোৰহাটৰ নৃসংশ হত্যাকাণ্ডৰ ১৪ নম্বৰ অপৰাধী আৰক্ষীৰ জালত

যোৰহাটৰ নৃসংশ হত্যাকাণ্ডৰ ১৪ নম্বৰ অপৰাধী আৰক্ষীৰ জালত।

মানৱতাক লজ্জাজনক কৰা সেই গণপ্ৰহাৰ আৰু হত্যাৰ ঘটনাৰ লগত জড়িত বৰ্বৰ কেইজন এজনৰ পাছত আনজন এতিয়া পৰিছে আৰক্ষীৰ জালত।

সামাজিক মাধ্যমত ভাইৰেল হোৱা অনিমেষ হত্যা কাণ্ডৰ ভিডিঅ’ত ঘটনাৰ লগত জড়িত মটীয়া বৰণৰ ছাৰ্ট পৰিহিত লোকজনক আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হয়। লোকজনক চিনাক্ত কৰি যোৱা নিশা যোৰহাট আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে।
মটীয়া বৰণৰ ছাৰ্ট পৰিহিত ১৪ নম্বৰ অপৰাধীজন যোৰহাটৰে বৰিগাঁৱৰ ১৮বৰ্ষীয় প্ৰিয়ংশু দাস ওৰফে তিলৌ বুলি জানিব পৰা গৈছে।

যোৰহাট আৰক্ষীয়ে অপৰাধিজনৰ আটক কৰাৰ কথা টুইটাৰ একাইণ্ট যোগে সদৰি কৰিছে।

https://twitter.com/Jorhat_Police/status/1466842248604045312?s=20

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

seventeen − 10 =

Back to top button