Assamleatest updatespaceunivers

উৎকণ্ঠিত দেশবাসী; ভাৰতৰ প্ৰথমটো সূৰ্য অভিযানৰ বাবে সাজু আদিত্য L-1।

দিনৰ ১১.৫০ বজাত উৎক্ষেপণ কৰা হ’ব আদিত্য L-1।

মাজত মাত্ৰ কেইটামান মুহুৰ্ত। পুনৰ অন্য এক গৌৰৱৰ ক্ষণৰ সাক্ষী হ’ব ভাৰতবাসী। চন্দ্ৰ অভিযানৰ পিছত এইবাৰ ISROৰ লক্ষ্য সূৰ্য। ইতিমধ্যে ভাৰতৰ প্ৰথমটো সূৰ্য অভিযানৰ বাবে সাজু আদিত্য L-1। আদিত্য L-1 উৎক্ষেপণৰ বাবে সাজু ISRO। দিনৰ ১১.৫০ বজাত উৎক্ষেপণ কৰা হ’ব আদিত্য L-1।

PSLV-XL ৰকেটেৰে প্ৰেৰণ কৰিব সূৰ্যযান আদিত্য L-1। সূৰ্য-পৃথিৱীৰ মাজত হেল’ কক্ষপথত স্থাপন হ’ব আদিত্য L-1ক। পৃথিৱীৰ লাগ্ৰাঞ্জ পইণ্টত থাকি অধ্যয়ন কৰিব সূৰ্যৰ। লাগ্ৰাঞ্জ পইণ্ট পাবলৈ আদিত্য L-1ক লাগিব ১২০ দিনৰ সময়। আদিত্য L-1ৰ উৎক্ষেপণক লৈ উৎকণ্ঠিত দেশবাসী।

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

twenty + 18 =

Back to top button