অপৰাধভাৰতভ্ৰমণৰাষ্ট্ৰীয় সুৰক্ষা

মহিলা সুৰক্ষাৰ বাবে তেলেংগানাৰ নতুন পদক্ষেপ

কাৰণ যাত্ৰাৰ সময়ত প্ৰায়ে মহিলা যাত্ৰী নিৰ্যাতনৰ বলি হোৱাৰ ঘটনা সংঘটিত হয়

মহিলা সুৰক্ষাৰ বাবে তেলেংগানাৰ নতুন পদক্ষেপ।

এতিয়াৰে পৰা সন্ধিয়া ৭.৩০ বজাৰ পাছত যিকোনো স্থানতে তেলেংগানা ৰাজ্যিক পথ পৰিবহণ নিগমৰ বাছত উঠিব পাৰিব মহিলাই আৰু সন্ধিয়া ৭.৩০ বজাৰ পাছত মহিলা যাত্ৰীয়ে যি স্থানতে বাছ ৰখাবলৈ অনুৰোধ জনায়, সেই স্থানতে বাছ ৰখাবলৈ চালক আৰু হেণ্ডিমেনক নিৰ্দেশ দিছে নিগমে। মহিলা যাত্ৰীৰ সুৰক্ষাৰ স্বাৰ্থত এই পদক্ষেপ গ্ৰহণ কৰিছে ৰাজ্যিক পথ পৰিবহণ নিগমে। কাৰণ যাত্ৰাৰ সময়ত প্ৰায়ে মহিলা যাত্ৰী নিৰ্যাতনৰ বলি হোৱাৰ ঘটনা সংঘটিত হয়।

যদি বাছ চালক অথবা হেণ্ডিমেনে এই নিয়ম পালন নকৰে, তেন্তে যাত্ৰীয়ে সংশ্লিষ্ট কৰ্তৃপক্ষৰ সৈতে যোগাযোগ কৰিব অভিযোগ দাখিল কৰিব পাৰিব মহিলাই।

 

 

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

three + ten =

Back to top button