অসমঅসম আৰক্ষীগুৱাহাটীদৈনিক বাতৰিভাৰতৰাজনৈতিক

অবশেষত কাৰাগাৰৰ পৰা ওলাল ৰাকেশ পাল!

৬ বছৰ ৪ মাহ কাৰাবন্দী হৈ আছিল APSC কেলেংকাৰিৰ খলনায়কজন।

অবশেষত কাৰাগাৰৰ পৰা ওলাল ৰাকেশ পাল।

গুৱাহাটী কেন্দ্ৰীয় কাৰাগাৰৰ পৰা গৃহাভিমুখে ৰাকেশ পাল।

৬ বছৰ ৪ মাহ কাৰাবন্দী হৈ আছিল APSC কেলেংকাৰিৰ খলনায়কজন।

ৰাকেশ পালৰ ক্ষেত্ৰত কেইবাটাও নীতি-নিৰ্দেশনা আদালতৰ।

গুৱাহাটীৰ পৰা বাহিৰলৈ গ’লে অনুমতি ল’ব লাগিব বিশেষ আদালতৰ।

বিশেষ আদালতত জমা ৰখা হৈছে ৰাকেশ পালৰ পাছপ’ৰ্ট।

APSCৰ গোচৰত সম্পূৰ্ণ সহযোগ কৰিব লাগিব কেলেংকাৰিৰ খলনায়কজনে।

APSCৰ গোচৰৰ ৰাজসাক্ষীক প্ৰদৰ্শন কৰিব নোৱাৰিব ভয়-ভীতি।  

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

six + thirteen =

Back to top button