অপৰাধঅসমঅসম আৰক্ষীগুৱাহাটীদৈনিক বাতৰিভাৰত

ৰাজ্যত অব্যাহত নকল সোণৰ অবাধ বেহা, শ্ৰীৰামপুৰত নকল সোণৰ নাওসহ ২ জনক গ্ৰেপ্তাৰ

ৰাজ্যত অব্যাহত নকল সোণৰ অবাধ বেহা

শ্ৰীৰামপুৰত নকল সোণৰ নাওসহ ২ জনক গ্ৰেপ্তাৰ

বিক্ৰীৰ বাবে অনাৰ সময়ত আটক আৰক্ষীৰ

জব্দ ২ কেজি ওজনৰ নকল সোণৰ নাও

আটক বৰপেটাৰ ছানিদুল আলী, লখিমপুৰৰ বাবুল হুছেইন

শিমুলটাপু আৰক্ষী চকীত দুয়োকে জেৰা আৰক্ষীৰ

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

4 × three =

Back to top button