অসমআঞ্চলিকউৎসৱকৃষিখাদ্য

পৰম্পৰাগত ন-খোৱা উৎসৱ! পৰম্পৰাগত থলুৱা খাদ্য-সম্ভাৰেৰে গাঁৱৰ সকলোৱে খালে এসাঁজ

অসমীয়া সমাজে ধান চপোৱাৰ লগে লগে পালন কৰে ন-খোৱা উৎসৱ

অসমীয়া সমাজে ধান চপোৱাৰ লগে লগে পালন কৰে ন-খোৱা উৎসৱ।

পৰম্পৰা অনুসৰি গঞা ৰাইজে একেলগে সমূহীয়াকৈ এসাঁজ লগে-ভাগে আহাৰ গ্ৰহণ কৰে ন-খোৱা উৎসৱত।

ৰাজ্যৰ চৌদিশে নৱবৰ্ষৰ আনন্দ-উল্লাস চলি থকাৰ মাজতে গোগামুখ ন-পাম বেৰভঙা গাঁৱত আজি প্ৰায় ২০ ঘৰ পৰিয়ালে পৰম্পৰা ৰক্ষা কৰি কিছু শেহতীয়াকৈ হ’লেও একেলগে ন-খোৱা উৎসৱ পালন কৰিছে।

য’ত পৰম্পৰাগত থলুৱা খাদ্য-সম্ভাৰেৰে গাঁৱৰ সকলোকে এসাঁজ আপ্যায়ন কৰাৰ পিছত আনন্দৰে মিচিং ঐনিতম গীত গাই স্ফূৰ্তি কৰিলে মহিলা সকলে।

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

16 − 15 =

Back to top button