Assamassam policeCity newsCMO AssamCrimeঅসমঅসম আৰক্ষীগুৱাহাটীদুৰ্ঘটনাদৈনিক বাতৰিভাৰতৰাজনৈতিক

গুৱাহাটীত CBSEৰ ছাত্ৰৰ ৰহস্যজনক মৃত্যু, কোঠাটোৰ ভিতৰত উলমি থকা অৱস্থাত উদ্ধাৰ ময়ূৰ গোস্বামী ছাত্ৰজন

গুৱাহাটীত CBSEৰ ছাত্ৰৰ ৰহস্যজনক মৃত্যু

বেলতলা চন্দন নগৰৰ এটা ফ্লেটত উদ্ধাৰ মৃতদেহ

মৃত ছাত্ৰজন দ্বাদশ শ্ৰেণীৰ ময়ূৰ গোস্বামী

CBSEৰ প্ৰথম পৰীক্ষাৰ দিনাই ঘটিল অঘটন

উৰ্বশী এৰ্পাটমেণ্টৰ ১০২ নং কোঠাত উদ্ধাৰ মৃতদেহ

ময়ূৰৰ লগত আছিল এজন কেয়াৰটেকাৰ

দুটা পৃথক পৃথক কোঠাত আছিল দুয়ো

পুৱা বহুসময়লৈ খোলা নাছিল দৰ্জা

বুধবাৰে নিশাও বন্ধ আছিল কোঠাটোৰ দৰ্জা

নিশা ভাত খোৱা নাছিল ছাত্ৰ ময়ূৰে

ফ্লেটৰ নিৰাপত্তাৰক্ষীয়ে দৰ্জা ভাঙি উদ্ধাৰ কৰে মৃতদেহ

কোঠাটোৰ ভিতৰত উলমি থকা অৱস্থাত উদ্ধাৰ ময়ূৰক

আৰক্ষীয়ে কোঠাৰ পৰা উদ্ধাৰত কৰিছে ছুইচাইড নোট

মৰণোত্তৰ পৰীক্ষাৰ বাবে GMCHলৈ প্ৰেৰণ মৃতদেহ

মেধাৱী ছাত্ৰ ময়ূৰৰ মৃত্যুকলৈ ৰহস্য

DPSৰ ছাত্ৰ আছিল ময়ূৰ গোস্বামী

দশম শ্ৰেণীত দেশৰ ভিতৰত ৫নং ৰেংকত আছিল ময়ূৰ

 

 

 

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

three × one =

Back to top button