অপৰাধঅসমঅসম আৰক্ষী

চোৰাং গৰুৰ সৰবৰাহে বাৰুকৈয়ে জ্বলাকলা খুৱাইছে আৰক্ষীক

চোৰাং গৰুৰ বিৰুদ্ধে অব্যাহত আছে নগাওঁ আৰক্ষীৰ অভিযান

চোৰাং গৰুৰ সৰবৰাহে বাৰুকৈয়ে জ্বলাকলা খুৱাইছে আৰক্ষীক।

চোৰাং গৰুৰ বিৰুদ্ধে অব্যাহত আছে নগাওঁ আৰক্ষীৰ অভিযান।

জখলাবন্ধা আৰক্ষীয়ে ৩৭ নং ঘাইপথত জব্দ কৰে গোধন সৰবৰাহকাৰী দুখনকৈ গাড়ী। গাড়ী দুখনৰ পৰা আৰক্ষীয়ে জব্দ কৰে ৩১টা গোধনৰ আৰু লগতে আটক কৰে চোৰাংগোধন সৰবৰাহৰ লগত জৰিত চাৰিজন লোক।

AS02CC-2918 নম্বৰৰ বলেৰ’ পিকআপ আৰু AS01JC1763 নম্বৰৰ 1109 গাড়ী দুখনে গৌৰীসাগৰ আৰু নমলীগড়ৰ বিহৰা বজাৰৰ পৰা নগাৱঁৰ ৰূপহীলৈ সৰবৰাহ কৰিছিল। ধৃত লোক চাৰিজন ক্ৰমে চিৰাজুল ইচলাম, আবু হানিফা, হেকিম আলি, ৰমজান আলি বুলি চিনাক্ত কৰা হৈছে। ধৃত লোক কেইজনৰ পৰা তিনিটা ম’বাইলৰ লগতে নগদ ধনো জব্দ কৰে।

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

nine − three =

Back to top button