অসমপ্ৰাকৃতিক দুৰ্যোগবতৰ

ধুমুহাৰ তাণ্ডৱ! ব্ৰহ্মপুত্ৰৰ বুকুত বুৰিল ১৫ খন নাও..

ব্ৰহ্মপুত্ৰৰ বুকুত বুৰিল ১৫ খন যন্ত্ৰ চালিত নাও৷ ইয়াৰে ১১ খন নাও উদ্ধাৰ কৰা হৈছে৷ বিচাৰি পোৱা নাই ৪ খন নাও৷অঞ্চলটোৰ কেবাখনো গাঁৱত অৰ্ধ শতাধিক পৰিয়ালৰ ঘৰ দুৱাৰ নষ্ট হৈছে

দক্ষিণ শালমাৰাৰ ফকিৰগঞ্জত ধুমুহাৰ তাণ্ডৱ৷

ব্ৰহ্মপুত্ৰৰ বুকুত বুৰিল ১৫ খন যন্ত্ৰ চালিত নাও৷ ইয়াৰে ১১ খন নাও উদ্ধাৰ কৰা হৈছে৷ বিচাৰি পোৱা নাই ৪ খন নাও৷অঞ্চলটোৰ কেবাখনো গাঁৱত অৰ্ধ শতাধিক পৰিয়ালৰ ঘৰ দুৱাৰ নষ্ট হৈছে৷

দক্ষিণ শালমাৰা মানকাচৰ জিলা ছাত্ৰ সন্থাৰ সভাপতি শৰিফুল ইছলাম প্ৰধানীয়ে উক্ত ক্ষতিগ্ৰস্ত অঞ্চলসমূহৰ পৰিস্থিতিৰ বুজ লয়৷ একমাত্ৰ নাঁৱৰ ওপৰতে নিৰ্ভৰ কৰি পৰিয়াল চলোৱা নাৱৰীয়াসকলক চৰকাৰে সাহায্য প্রদান কৰি ধুমুহাৰ ফলত আন আন ক্ষতিগ্ৰস্ত পৰিয়ালকো সহায় কৰিবলৈ চৰকাৰ আৰু প্ৰশাসনক আহ্বান জনায়৷

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

one × 5 =

Back to top button