Educationঅপৰাধঅসম

ৰূপহীহাটত টকাৰ বিনিময়ত নকল বিক্ৰী শিক্ষকৰ

অধ্যক্ষই কেয়াৰ নকৰে মুখ্যমন্ত্ৰী,শিক্ষামন্ত্ৰী আৰু ছেবাৰ নিৰ্দেশনাক

◼️ মেট্ৰিক পৰীক্ষাৰ নামত শিঙিমাৰী মহম্মদ আলী উচ্চতৰ মাধ্যমিক বিদ্যালয়ত দুৰ্নীতিৰ অভিযোগ

◼️ অধ্যক্ষই কেয়াৰ নকৰে মুখ্যমন্ত্ৰী,শিক্ষামন্ত্ৰী আৰু ছেবাৰ নিৰ্দেশনাক

◼️ নিজ ছোৱালীক নকল যোগাান দিবলৈ বিদ্যালয়ত আহে সহঃশিক্ষক ছফিকুৰ ৰহমান

◼️ বিদ্যালয়খনৰ পৰীক্ষাৰ ৮ নম্বৰ কোঠাত চলে নকলৰ ৰমৰমীয়া বেহা চলাৰ অভিযোগ

◼️ বিষয় শিক্ষক ইলিয়াছ আহমেদে টকাৰ বিনিময়ত যোগান ধৰে নকল

◼️ অধ্যক্ষ দিলীপ কুমাৰ শৰ্মাই এনেধৰে বিদ্যালয়খনত চলাই আছে মেট্ৰিক পৰীক্ষাৰ নামত ৰমৰমীয়া বেহা

◼️ এই বিষয়ত মুখ্যমন্ত্ৰী আৰু শিক্ষামন্ত্ৰীক হস্তক্ষেপৰ দাবী জনায় বিশিষ্ট সমাজ কৰ্মী আবুল বাসাৰ আৰু স্থানীয় ৰাইজে।

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

four × two =

Back to top button