Socialঅসম

পুত্ৰৰ অপেক্ষাত ব্যাকুল মাতৃ, ডেৰ বছৰৰ অন্তত মাতৃৰ কাষলৈ ৰাওনা হৈছে পুত্ৰ অখিল

সম্পূৰ্ণ ডেৰ বছৰৰ অন্তত মাতৃক সাক্ষাৎ কৰিব অখিল গগৈয়ে

আজি মাতৃৰ কাষলৈ ৰাওনা হৈছে বিধায়ক অখিল গগৈ। সম্পূৰ্ণ ডেৰ বছৰৰ অন্তত মাতৃক সাক্ষাৎ কৰিব অখিল গগৈয়ে।

পুত্ৰৰ অপেক্ষাত ব্য়াকুল মাতৃ প্ৰিয়দা গগৈ।  মাতৃক লগ কৰিবৰ বাবে যোৰহাট চেলেংহাটৰ বাসগৃহলৈ ৰাওনা হৈছে  অখিল গগৈ। শুকুৰবাৰে নিশা নিজৰাপাৰস্থিত বাসগৃহত পত্নী-পুত্ৰৰ সৈতে সময় কটোৱাৰ পাছত মাতৃক দীৰ্ঘ দিনৰ অন্তত মাতৃক লগ কৰিব বিধায়কগৰাকীয়ে।

উল্লেখযোগ্য যে, NIA আদালতে শুকুৰবাৰে দুদিনৰ পেৰল প্ৰদান কৰিছিল অখিল গগৈক। পত্নী-পুত্ৰক লগ কৰাৰ পাছত আজি জন্মদাত্ৰীক লগ কৰিবলৈ যোৰহাটলৈ ৰাওনা হৈছে অখিল গগৈ।

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

seventeen + 15 =

Back to top button