Socialঅপৰাধঅসম

পাৰিবাৰিক কন্দলৰ পৰিণতিত পত্নীক হত্যা!

এগৰাকী বোৱাৰীৰ ৰহস্যজনক মৃত্যু

নগাঁৱৰ কঠিয়াতলী শগুণডাঙ্গাত এগৰাকী বোৱাৰীৰ ৰহস্যজনক মৃত্যু৷ স্বামীয়ে ডিঙি চেপি হত্যা কৰাৰ অভিযোগ উত্থাপন কৰিছে বোৱাৰী গৰাকীৰ পৰিয়ালৰ লোকে৷

পাৰিবাৰিক কন্দলৰ পৰিণতিত পত্নীক হত্যা কৰাৰ সন্দেহ প্ৰকাশ কৰিছে কঠিয়াতলীৰ ৰাইজে।

নিহত বোৱাৰী গৰাকীৰ নাম আৰতি পাটাইল বুলি জানিব পৰা গৈছে৷

ইতিমধ্যে আৰক্ষীয়ে আটক কৰিছে স্বামী গগণ দে’ ক৷

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

two + eighteen =

Back to top button