অসমজীৱনশৈলীধাৰ্মিক

পবিত্ৰ ঈদ উদযাপনৰ ক্ষেত্ৰত কি ঘোষণা কৰিলে ৰাজ্য চৰকাৰে?

এইবাৰ ঘৰতেই পালন কৰিব লাগিব ঈদ

ৰাজ্যত ঘোষণা কৰা হ’ল নতুন SOP। সমাগত মুছলমান ধৰ্মাৱলম্বী লোকৰ পবিত্ৰ উৎসৱ ঈদ। ক’ভিডৰ ভয়াৱহ পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখি ঈদ উদযাপনৰ বাবে চৰকাৰে ঘোষণা কৰিলে নতুন SOP।

চৰকাৰে ঈদ পালনৰ বাবে বান্ধি দিছে নতুন নিয়ম। এইবাৰ ঘৰতেই পালন কৰিব লাগিব ঈদ। মাত্ৰ ৫ জন ব্যক্তিৰ উপস্থিতিতহে মছজিদত পঢ়িব পাৰিব নামাজ। মছজিদত কোনো কাৰণতে ৫ জনতকৈ অধিক ব্যক্তিয়ে প্ৰৱেশ কৰিব নোৱাৰিব। 

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

3 + three =

Back to top button