আন্তঃৰাষ্ট্ৰীয়ৰাজনৈতিক

ৰাছিয়া ইউক্ৰেইন যুদ্ধৰ আজি একাদশ দিন, কি বৰ্তমান যুদ্ধ পৰিস্থিতি?

ইউক্ৰেইনৰ ষ্ট্ৰেটেজিক লোকেচনত ৰাছিয়ান সেনাৰ আক্ৰমণ

◾ৰাছিয়াৰ ইউক্ৰেইন আক্ৰমণৰ একাদশ দিন

◾ইউক্ৰেইনৰ ষ্ট্ৰেটেজিক লোকেচনত ৰাছিয়ান সেনাৰ আক্ৰমণ

◾ইউক্ৰেইনৰ গেছ পৰিবাহী ১৬ টা কেন্দ্ৰত আক্ৰমণ

◾ইউক্ৰেইনৰ দক্ষিণ প্ৰান্তৰ জলবিদ্যুৎ প্ৰকল্পত চলালে আক্ৰমণ

◾ইউক্ৰেইনৰ তৃতীয়টো পৰমাণু প্ৰকল্পৰ দিশে ৰুছ সেনা

◾ৰাষ্ট্ৰপতি জেলেনস্কিৰ পৰমাণু প্ৰকল্পক লৈ উদ্বিগ্নতা

◾ইউক্ৰেইনত নিয়োজিত বিভিন্ন দেশৰ ১৬ হাজাৰ স্বেচ্ছাসেৱী

◾৩ হাজাৰ আমেৰিকাৰ স্বেচ্ছাসেৱীয়ে দিছে অস্ত্ৰ তুলি লোৱাৰ হুংকাৰ

ইপিনে ইউক্ৰেইনত চুমীত আৱদ্ধ কেইবাশতাধিক ভাৰতীয় ছাত্ৰ

উপায়হীন ভাৰতীয় ছাত্ৰই খোজকাঢ়ি যাত্ৰা কৰিছে ৰাছিয়া অভিমুখে

খাদ্য, পানীৰ অভাৱত ১০ দিন ধৰি আৱদ্ধ চুমীস্থিত ভাৰতীয় ছাত্ৰ

গোলাবৰ্ষণৰ মাজত প্ৰাণ বচাবলৈ বিপদসংকুলভাৱে যাত্ৰা ছাত্ৰসকলৰ

আনহাতে অব্যাহত আছে ভাৰতীক উদ্ধাৰ অভিযান

অপাৰেচন গংগা অভিযানত ৪৮ বিমানেৰে ১০,৩৪৮ ভাৰতীয়ক উদ্ধাৰ

উদ্ধাৰ অভিযান ক্ষীপ্ৰতৰ কৰিবলৈ প্ৰধানমন্ত্ৰী মোদীৰ নিৰ্দেশ

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

20 − 15 =

Back to top button