অসমঅসম আৰক্ষী

ৰাজ্যত পুনৰ আৰক্ষীৰ এনকাউণ্টাৰ

নলবাৰীত সংঘটিত এনকাউণ্টাৰৰ ঘটনা

◾ৰাজ্যত পুনৰ আৰক্ষীৰ এনকাউণ্টাৰ

◾নলবাৰীত সংঘটিত এনকাউণ্টাৰৰ ঘটনা

◾দুধৰ্ষ ডকাইতলৈ লক্ষ্য কৰি আৰক্ষীৰ গুলীচালনা

◾আৰক্ষীৰ গুলীত আহত দুধৰ্ষ ডকাইত দিলৱাৰ আলী

◾কাটলাবাৰীত দৌলাশাল আৰক্ষীয়ে চলাইছিল অভিযান

◾আৰক্ষীক চোকা অস্ত্ৰৰে আক্ৰমণ কৰিছিল ডকাইতটোৱে

◾আৰক্ষীক আক্ৰমণ কৰি পলাবলৈ লওঁতেই গুলীচালনা

◾দিলৱাৰ আলীৰ চুৰিকাঘাতত আহত SI সুৰজিৎ কাথাৰ

◾ট্ৰাক হাইজেক, ডকাইতি কাণ্ডৰ লগত জড়িত দিলৱাৰ

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

eleven − six =

Back to top button