অসমজম্মু-কাশ্মীৰদৈনিক বাতৰিভাৰত

জম্মু-কাশ্মীৰক পুনৰ পূৰ্ণ ৰাজ্যৰ মৰ্যাদা দিয়া হ’ব, কেন্দ্ৰীয়শাসিত প্ৰদেশ হিচাপে থাকিব লাডাখ

জম্মু-কাশ্মীৰক পুনৰ পূৰ্ণ ৰাজ্যৰ মৰ্যাদা দিয়া হ’ব

জম্মু-কাশ্মীৰক পুনৰ পূৰ্ণ ৰাজ্যৰ মৰ্যাদা দিয়া হ’ব

কেন্দ্ৰীয়শাসিত প্ৰদেশ হিচাপে থাকিব লাডাখ

ধাৰা ৩৭০ প্ৰত্যাহাৰৰ পিছত দুটা ভাগত ভাগ হৈছিল লাডাখ-কাশ্মীৰ

জম্মু-কাশ্মীৰৰ পৰা ধাৰা ৩৭০ প্ৰত্যাহাৰৰ বিৰুদ্ধে SCত শুনানি

বৃহস্পতিবাৰে ত্ৰয়োদশবাৰৰ বাবে শুনানি SCত

শীঘ্ৰেই জম্মু-কাশ্মীৰত অনুষ্ঠিত হ’ব নিৰ্বাচন

বিধানসভা নিৰ্বাচনৰ পূৰ্বে হ’ব পঞ্চায়ত নিৰ্বাচন

বৃহস্পতিবাৰে SCক জনায় ছলিছিটৰ জেনেৰেল তুষাৰ মেহতাই

জম্মু-কাশ্মীৰক কেতিয়া পূৰ্ণ ৰাজ্যৰ মৰ্যাদা দিব বুলি প্ৰশ্ন কৰিছিল SCএ

ন্যায়ালয়ৰ প্ৰশ্নোত্তৰত কেন্দ্ৰীয় চৰকাৰৰ স্পষ্ট অভিমত

জম্মু-কাশ্মীৰত কেন্দ্ৰীয়শাসিত অঞ্চলৰ মৰ্যাদা অস্থায়ী

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

ten + twelve =

Back to top button