Educationঅসম

আজি ১০ বজাৰ লগে লগে ঘোষণা কৰা হ’ব মেট্ৰিক-হাই মাদ্ৰাছা পৰীক্ষাৰ ফলাফল! আপুনি জানিব লগীয়া সকলো কথা…

পুৱা ১০ বজাৰ লগে লগে মুঠ ১৪টা ৱেবছাইট আৰু এটা মোবাইল এপত ঘোষণা কৰা হ’ব ফলাফলসমূহ

আজি পুৱা ১০ বজাত ঘোষণা কৰা হ’ব মেট্ৰিক-হাই মাদ্ৰাছা পৰীক্ষাৰ ফলাফল। পুৱা ১০ বজাৰ লগে লগে মুঠ ১৪টা ৱেবছাইট আৰু এটা মোবাইল এপত ঘোষণা কৰা হ’ব ফলাফলসমূহ। মুঠ ১৪টা ৱেবছাইট আৰু এটা মোবাইল এপত উপলব্ধ হ’ব ফলাফল। ইয়াৰ উপৰি নিজ নিজ স্কুলত পৰীক্ষাৰ্থীসকলে লাভ কৰিব পাৰিব ফলাফলসমূহ।

ফলাফল ঘোষণা হ’বলগীয়া ৱেবছাইট সমূহ হৈছে-

results.sebaonline.org
resultsassam.nic.in
www.indiaresults.com
www.results.shiksha
www.assam.shiksha
www.assamonline.in
exametc.com
www.schools9.com
https://iresults.net
asssamjobalerts.com
assamresults.in
necareer.com
www.jagaranjosh.com
www.vidyavision.com

লগতে SEBA Results, 2022 মোবাইল এপত উপলব্ধ হ’ব ফলাফল।

ৱেবছাইট আৰু মোবাইল এপৰ পৰা ডাউনলোড কৰিব পাৰিব Marksheet, passing certificate সমূহ।
উল্লেখযোগ্য যে, কোভিডৰ দুবছৰীয়া জটিল পৰিস্থিতিৰ পিছত এইবাৰ অনুষ্ঠিত হৈছিল মেট্ৰিক, হাই মাদ্ৰাছা পৰীক্ষা। মুঠ ৪ লাখ ৩১ হাজাৰ ১৩২ গৰাকী শিক্ষাৰ্থী অৱতীৰ্ণ হৈছে মেট্ৰিক, হাই মাদ্ৰাছা পৰীক্ষাত।

ফলাফলক লৈ কোনো পৰীক্ষাৰ্থী সন্তুষ্ট নহ’লে পৰ্টেলযোগে কৰিব পাৰিব আবেদন। ১০ জুনত খুলি দিয়া হ’ব ছেবাৰ পৰ্টেল।

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

3 × 2 =

Back to top button