Government Schemeঅসমৰাজনৈতিক

‘কৰ্মচাৰী দিসৱ’ পালনৰ সিদ্ধান্তকৰ আদৰণি জনাইছে অসম আমোলা সন্থাই

অসম আমোলা সন্থাই ধন্যবাদ জনাইছে অসম চৰকাৰক

অসমৰ প্ৰথম গৰাকী প্ৰধানমন্ত্ৰী প্ৰয়াত লোকপ্ৰিয় গোপীনাথ বৰদলৈৰ ৫ আগষ্টৰ মুত্যু দিৱসৰ দিনটো ‘কৰ্মচাৰী দিসৱ’ হিচাবে পালন কৰাৰ বাবে অসম মন্ত্ৰী সভাৰ ৰাজ্যিক কেবিনেটত সিদ্ধান্ত হৈছিল। এই সিদ্ধান্তক সদৌ অসম আমোলা সন্থাই আদৰণি জনোৱাৰ লগতে অসম চৰকাৰক ধন্যবাদ জনাইছে৷
উল্লেখ্য যে, সদৌ অসম আমোলা সন্থাই বিগত কিছু বছৰ আগৰে পৰাই শিক্ষক দিৱসৰ নিচিনাকৈ জিলা পৰ্যায়ৰ কাৰ্যালয়ত কৰ্মৰত আমোলা সকলৰ কৰ্মক উৎসাহিত কৰাৰ বাবে চৰকাৰৰ ওচৰত দাবী জনাই আহিছে৷

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

19 − eleven =

Back to top button