পৰিৱেশবতৰ

তুৰ্কীত প্ৰলয়ংকাৰী ৰূপ লৈছে বানে

বানৰ কবলত পৰিছে দেশখনৰ কেইবাখনো চহৰ

তুৰ্কীত প্ৰলয়ংকাৰী বান৷ বানৰ কবলত পৰিছে দেশখনৰ কেইবাখনো চহৰ৷

তুৰ্কীত যোৱা কেইবাদিনো ধৰি অব্যাহত থকা মুষলধাৰ বৰষুণৰ বাবে কেইবাখনো নদী উফন্দি উঠে৷ নৈৰ বাঢ়নী পানীয়ে আৰহাভি, আইভিন চহৰ সম্পূৰ্ণৰূপে বুৰাই পেলাই৷ ৰাজপথত বানৰ ঢলে উটুৱাই নিয়ে যানবাহন৷

এই ভয়াৱহ বানত প্ৰভাৱিত হৈছে কেইবা সহস্ৰাধিক লোক৷ মৃত্যু হৈছে অৰ্ধ শতাধিক লোকৰ৷ তুৰ্কী প্ৰশাসনে বানাক্ৰান্ত লোকসকলক নিৰাপদ স্থানলৈ স্হানান্তৰিত কৰাৰ প্ৰচেষ্টা অব্যাহত ৰাখিছে৷

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

nineteen − 9 =

Back to top button