অৰ্থনৈতিকঅসমৰাজনৈতিক

তিতাবৰত মাইক্ৰ ফাইনেন্সৰ ঋণ লোৱা মহিলাৰ ব্যাপক প্ৰতিক্ৰিয়া

চৰকাৰক নিৰ্বাচনী প্ৰতিশ্ৰুতি পূৰণ কৰিবলৈ অনুৰোধ ঋণগ্ৰস্ত মহিলাৰ

তিতাবৰত মাইক্ৰ ফাইনেন্সৰ ঋণ লোৱা মহিলাৰ ব্যাপক প্ৰতিক্ৰিয়া।

নিৰ্বাচনৰ পূৰ্বে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কৈছিল যে সকলো মহিলাৰ ঋণ মাফ কৰি দিয়া হ’ব কিন্তু নিৰ্বাচনৰ পাছত কেবাটাও চৰ্ত বান্ধি দিলে হিমন্ত বিশ্ব শৰ্মাৰ চৰকাৰখনে। যাৰ ফলত তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে।

মাইক্ৰ ফাইনেন্সৰ ঋণ মাফৰ চৰ্তক লৈ তিতাবৰত মহিলাৰ ব্যাপক প্ৰতিক্ৰিয়া।

আই-মাতৃৰ ভোট লৈ ক্ষমতালৈ অহা বিজেপি চৰকাৰক নিৰ্বাচনী প্ৰতিশ্ৰুতি পূৰণ কৰিবলৈ অনুৰোধ ঋণগ্ৰস্ত মহিলাৰ।

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

twenty + 8 =

Back to top button