অসমদৈনিক বাতৰি

বিলাসীপাৰাৰ তুষপাৰা পঞ্চায়তত দুৰ্নীতি, আঁচনি ৰূপায়ণৰ নামত দুৰ্নীতিৰ অভিযোগ

বিলাসীপাৰাৰ তুষপাৰা পঞ্চায়তত দুৰ্নীতি, আঁচনি ৰূপায়ণৰ নামত দুৰ্নীতিৰ অভিযোগ

বিলাসীপাৰাৰ তুষপাৰা পঞ্চায়তত দুৰ্নীতি

আঁচনি ৰূপায়ণৰ নামত দুৰ্নীতিৰ অভিযোগ

বামুণীগাঁৱৰ প্ৰথম খণ্ডত নিৰ্মাণ RCC কালভাৰ্ট

কালভাৰ্ট নিৰ্মাণৰ নামত আবণ্টন ৫ লাখ ৬২ হাজাৰ টকা

নিৰ্মাণকাৰ্য চলি থাকোঁতে মেলিছে প্ৰকাণ্ড ফাঁট

নিম্নমানৰ শিল, বালিৰে নিৰ্মাণ কৰাৰ অভিযোগ

পঞ্চায়ত সভানেত্ৰী শেফালী বৰ্মন, সচিবৰ বিৰুদ্ধে ক্ষোভ

জিলা উপায়ুক্তক ব্যৱস্থা গ্ৰহণৰ দাবী স্থানীয় ৰাইজৰ

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

two + fourteen =

Back to top button