Covid-19EducationSocialঅসম

ঘোষণা হ’ল উচ্চতৰ মাধ্যমিক চুড়ান্ত শাখাৰ ফলাফল

উচ্চতৰ মাধ্যমিক চুড়ান্ত শাখাৰ ফলাফল

ঘোষণা হ’ল উচ্চতৰ মাধ্যমিক চুড়ান্ত শাখাৰ ফলাফলঃ-

কলা শাখাত মুঠ ১,৯১,৮৫৫জন পৰীক্ষাৰ্থীৰ,

কলাত শাখাত উত্তীৰ্ণ ১,৮৯,৭৯৩জন

কলাত শাখাত প্ৰথম বিভাগত উত্তীৰ্ণ ৫৮,২৪৪জন

কলাত শাখাত দ্বিতীয় বিভাগত উত্তীৰ্ণ ৮৯,৫২০জন

কলাত শাখাত তৃতীয় বিভাগত উত্তীৰ্ণ ৪২,০২৯জন

কলা শাখাত উত্তীৰ্ণৰ হাৰ ৯৮.৯৩ শতাংশ

কলা শাখাৰ মুঠ পৰীক্ষাৰ্থী আছিল ১,৯১,৮৫৫জন

বাণিজ্য শাখাৰ মুঠ ১৮,৪৪৩জন পৰীক্ষাৰ্থীৰ,

বাণিজ্য শাখাত মুঠ উত্তীৰ্ণ ১৮,৩৬৪জন

বাণিজ্যত প্ৰথম বিভাগত উত্তীৰ্ণ ১১,১৮৯ জন

বাণিজ্যত দ্বিতীয় বিভাগত উত্তীৰ্ণ ৫,৪৯৭জন

বাণিজ্যত তৃতীয় বিভাগত উত্তীৰ্ণ ১,৬৭৮জন

বাণিজ্য শাখাত উত্তীৰ্ণৰ হাৰ ৯৯.৫৭ শতাংশ

বিজ্ঞান শাখাত মুঠ ৩৮,৪৩০জন পৰীক্ষাৰ্থীৰ,

বিজ্ঞান শাখাত মুঠ উত্তীৰ্ণ ৩৮,০৬৮জন

বিজ্ঞানত প্ৰথম বিভাগত উত্তীৰ্ণ ৩২,৯১৭জন

বিজ্ঞানত দ্বিতীয় বিভাগত উত্তীৰ্ণ ৪,৬০৯জন

বিজ্ঞানত তৃতীয় বিভাগত উত্তীৰ্ণ ৫৪২জন

বিজ্ঞানত উত্তীৰ্ণৰ হাৰ ৯৯.০৬ শতাংশ

বৃত্তিমুখী পৰীক্ষাত মুঠ ১,০৮৯জন পৰীক্ষাৰ্থীৰ,

বৃত্তিমুখী শাখাত মুঠ উত্তীৰ্ণ ১০৫৩জন

বৃত্তিমুখীত প্ৰথম বিভাগত উত্তীৰ্ণ ৬১৮জন

বৃত্তিমুখীত দ্বিতীয় বিভাগত উত্তীৰ্ণ ৩৮১জন

বৃত্তিমুখীত তৃতীয় বিভাগত উত্তীৰ্ণ ৫৪জন

বৃত্তিমুখী পৰীক্ষাত উত্তীৰ্ণৰ হাৰ ৯৭.৪১ শতাংশ

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

6 + 9 =

Back to top button