Educationঅসমজীৱনশৈলীদৈনিক বাতৰি

কেন্দ্ৰীয় লোকসেৱা আয়োগৰ (CAPF ( ACs)) পৰীক্ষাত সফলতা লাভ পাঠশালাৰ মেধাৱী যুৱক ৰাতুল ৰয়ৰ

ৰাতুলে সৰ্বভাৰতীয় পৰ্যায়ত লাভ কৰে ১৭৭ সংখ্যক স্থান

কেন্দ্ৰীয় লোকসেৱা আয়োগৰ (CAPF ( ACs)) পৰীক্ষাৰ ফলাফল ঘোষণা। এই পৰীক্ষাত সফলতা লাভ কৰিলে পাঠশালাৰ মেধাৱী যুৱক ৰাতুল ৰয়ে।

ৰাতুলে সৰ্বভাৰতীয় পৰ্যায়ত লাভ কৰে ১৭৭ সংখ্যক স্থান। বৰ্তমান এপিএছচি পৰীক্ষাৰ মূল পৰীক্ষাৰ বাবে প্ৰস্তুতি চলাই আছে ৰাতুলে। ইতিমধ্যে ইয়াৰ প্ৰাৰম্ভমিক পৰীক্ষাতো উত্তীৰ্ণ হৈছে ৰাতুল ৰয়। ধৈৰ্য আৰু নিষ্ঠা থাকিলে এই পৰীক্ষাত সকলোৱে উত্তীৰ্ণ হ’ব পাৰে বুলি কয় ৰাতুলে।

ফলাফলক লৈ অত্যন্ত সুখী ৰাতুল ৰয়।

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

14 − 10 =

Back to top button