অসম

POY ASIAত উজলিল অসমৰ বিশিষ্ট ফটো সাংবাদিক অনুপম নাথ…

POY ASIA 2022ত অসম সন্তান, এজন আগশাৰীৰ ফটোগ্ৰাফাৰ অনুপম নাথৰ এখন ফটোৱে খলকনি তুলিছে

অসমৰ ফটো সাংবাদিক অনুপম নাথৰ সাফল্য। POY ASIAৰ ফাইনেলিষ্ট হিচাপে নিৰ্বাচিত ৰাজ্যৰ বিশিষ্ট ফটো সাংবাদিক অনুপম নাথ।

 

POY ASIA 2022ত অসম সন্তান, এজন আগশাৰীৰ ফটোগ্ৰাফাৰ অনুপম নাথৰ এখন ফটোৱে খলকনি তুলিছে। ক’ভিড-১৯ শিতানত ফাইনেলিষ্ট হিচাপে বিবেচিত হৈছে অনুপম নাথ।

POY ASIAত উজলিল অসমৰ বিশিষ্ট ফটো সাংবাদিক অনুপম নাথ...

ক’ভিড-১৯ৰ সময়চোৱাত সংগ্ৰহ কৰা এই ফটোখনে আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত যথেষ্ট সমাদৰ লাভ কৰিবলৈ সক্ষম হৈছে।

 

উল্লেখ্য যে, ১৯৪৪ চনতে মিছৌৰী বিশ্ববিদ্যালয়ৰ অধ্যাপক ক্লিফটন চি আদামে আৰম্ভ কৰিছিল বছৰটোৰ শ্ৰেষ্ঠতম ছবি(Picture of the Year/POY ASIA)নামৰ ফটো শিতান। বিশ্বৰ ফটোগ্ৰাফাৰসকলক সন্মান জনোৱাৰ অৰ্থে আৰম্ভ কৰা হৈছিল এই শিতান। ২০০১ চনৰ পৰা এই সন্মান POY ASIA বা পিকচাৰ অফ দ্য ইয়েৰ ইণ্টাৰনেচনেল কামিং আপ হিচাপে জনাজাত হৈ আহিছে। POY ASIAৰ নিৰ্দেশনা হৈছে ‘কেমেৰাৰ দ্বাৰা সত্য প্ৰদৰ্শন’ কৰা।

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

three × 1 =

Back to top button