অপৰাধঅসমভাৰত

ক’ভিডৰ ভয়াৱহতাৰ মাজতে জালত পৰিল তেজৰ দালাল

কলাইগাৱৰ বালিপাৰত বেচৰকাৰী ভাবে সম্পুৰ্ণ লকডাউন ঘোষনা।

সমগ্ৰ অসমতে ক’ভিড মহামাৰিয়ে সংহাৰি ৰূপ ধাৰণ কৰাৰ সময়ত সাৰি যোৱা নাই কলাইগাৱৰ বালিপাৰাও।

ওদালগুৰি জিলাৰ কলাইগাৱৰ বালিপাৰাত ক’ভিদে সংহাৰি ৰূপ ধাৰণ কৰাত ইতিমধ্য চাৰি জনকৈ লোক মৃত্যু মুখত পৰিছে আৰু বহু সংখ্যক লোক ক’ভিড ৰোগত আক্ৰান্ত হৈ সংকতজনক অৱস্থাত চিকিৎসালয়ত ভৰ্তী হৈছে।

প্ৰায় ১৫০ খন ব্যৱসায় প্ৰতিস্থান থকা বালিপাৰাত দৈনিক আৰু সাপ্তাহিক বজাৰ বহাৰ ফলত দৈনিক হেজাৰ হেজাৰ লোকৰ সমাগম হয় লগতে প্ৰায়সংখ্যক লোকে ক’ভিডৰ নীতি-নিয়ম নমনাৰ ফলত বহু লোক কৰ’ণাত আক্ৰান্ত হৈছে। সেয়ে কৰ’ণা সংক্ৰামনৰ পৰা নিজকে ৰক্ষা কৰিবলৈ বালিপাৰা অঞ্চলৰ সচেতন ৰাইজ আৰু স্থানীয় ব্যৱসায় সমিতিয়ে ২৬ মে’ৰ পৰা ১ জুনলৈ বেচৰকাৰী ভাবে সকলো ব্যৱসায় প্ৰতিস্থান বজাৰ-সমাৰ সম্পুৰ্ণ বন্ধ ৰখিবলৈ সিন্ধান্ত গ্ৰহণ কৰে।

উল্লেখ্য যে, ক’ভিডৰ পৰা নিজকে সুৰক্ষিত কৰি ৰাখি লোকসকল ঘৰতে আৱদ্ধ হৈ আছে।

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

5 − two =

Back to top button