জীৱনশৈলী

এতিয়া ঘৰতে বহি অৰ্ডাৰ কৰিব পাৰিব সুৰা!

সুৰাৰ বিপণীসমূহে নিজাববীয়াকৈ হোম ডেলিভাৰী দিব সুৰা

আবকাৰী বিভাগে অধিক ৰাজহ সংগ্রহৰ লক্ষ্যৰে সুৰাৰ হোম ডেলিভাৰী দিয়াৰ বাবে আঁচনি গ্রহণ কৰিছে৷

প্রথমে পৰীক্ষামূলকভাৱে গুৱাহাটীত সুৰাৰ হোম ডেলিভাৰী দিয়া হ’ব৷ যদিহে আবকাৰী বিভাগে বিচৰা ধৰণে গুৱাহাটীত সুৰাৰ হোম ডেলিভাৰী সফল হয়,  তেন্তে পৰৱর্তী সময়ত অন্যান্য জিলাসমূহতো সুৰাৰ হোম ডেলিভাৰী সেৱা প্রদান কৰা হ’ব৷

ক’ভিডসৃষ্ট পৰিস্থিতি ভাললৈ আহিলেই সুৰাৰ বিপণীসমূহে নিজাববীয়াকৈ হোম ডেলিভাৰী দিব পাৰিব সুৰাৰ।

 

সম্পৰ্কিত প্ৰবন্ধসমূহ

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনা প্ৰকাশ কৰা নহ'ব । প্ৰয়োজনীয় ক্ষেত্ৰসমূহত *এৰে চিন দিয়া হৈছে

thirteen − one =

Back to top button