জীৱনশৈলী

এতিয়া ঘৰতে বহি অৰ্ডাৰ কৰিব পাৰিব সুৰা!

সুৰাৰ বিপণীসমূহে নিজাববীয়াকৈ হোম ডেলিভাৰী দিব সুৰা

আবকাৰী বিভাগে অধিক ৰাজহ সংগ্রহৰ লক্ষ্যৰে সুৰাৰ হোম ডেলিভাৰী দিয়াৰ বাবে আঁচনি গ্রহণ কৰিছে৷

প্রথমে পৰীক্ষামূলকভাৱে গুৱাহাটীত সুৰাৰ হোম ডেলিভাৰী দিয়া হ’ব৷ যদিহে আবকাৰী বিভাগে বিচৰা ধৰণে গুৱাহাটীত সুৰাৰ হোম ডেলিভাৰী সফল হয়,  তেন্তে পৰৱর্তী সময়ত অন্যান্য জিলাসমূহতো সুৰাৰ হোম ডেলিভাৰী সেৱা প্রদান কৰা হ’ব৷

ক’ভিডসৃষ্ট পৰিস্থিতি ভাললৈ আহিলেই সুৰাৰ বিপণীসমূহে নিজাববীয়াকৈ হোম ডেলিভাৰী দিব পাৰিব সুৰাৰ।

 

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

10 − seven =

Back to top button