Covid-19জীৱনশৈলীস্বাস্থ্য

অ’মিক্ৰণৰ বৰ্ধিত সংক্ৰমণৰ প্ৰতি লক্ষ্য ৰাখি ৩১ ডিচেম্বৰলৈকে অব্যাহত থাকিব নৈশ সান্ধ্য আইন

৩১ ডিচেম্বৰলৈকে ৮ খন চহৰত অব্যাহত থাকিব নৈশ সান্ধ্য আইন

দেশত দ্ৰুত হাৰত বৃদ্ধি পাবলৈ ধৰিছে মাৰাত্মক অ’মিক্ৰণৰ (Omicron) সংক্ৰমণ। আৰম্ভ হৈছে কৰ’ণাৰ নতুন প্ৰবাহ।
ভাৰতত প্ৰায় ১৫০ৰো অধিক লোক এই অ’মিক্ৰণৰ দ্বাৰা সংক্ৰমিত হৈছে৷ দেশৰ ভিতৰত সৰ্বাধিক মহাৰাষ্ট্ৰ, কেৰালা আৰু কৰ্ণাটকত অ’মিক্ৰণত আক্ৰান্ত লোক পোৱা গৈছে৷

জন সাধাৰণৰ সুৰক্ষাৰ প্ৰতি লক্ষ্য ৰাখি দেশৰ একাংশ চহৰত জাৰি কৰা হৈছে নৈশ সান্ধ্য আইন৷ সেই অনুসৰি ৰাজ্য চৰকাৰে জাৰি কৰিছে এক নিৰ্দেশনা, ৩১ ডিচেম্বৰলৈকে ৮ খন চহৰত অব্যাহত থাকিব নৈশ সান্ধ্য আইন৷

উল্লেখ্য যে, বৰ্তমানলৈকে দেশত ১৬১ গৰাকী লোক এই নতুন ক’ভিডৰ প্ৰবাহত অ’মিক্ৰণত আক্ৰান্ত হৈছে৷

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

five × 1 =

Back to top button