অপৰাধগুৱাহাটীদৈনিক বাতৰিভাৰতৰাজনৈতিক

আম আদমী পাৰ্টীৰ সাংসদ সঞ্জয় সিঙক গ্ৰেপ্তাৰ, EDএ গ্ৰেপ্তাৰ কৰে সাংসদ সঞ্জয় সিঙক

আম আদমী পাৰ্টীৰ সাংসদ সঞ্জয় সিঙক গ্ৰেপ্তাৰ

EDএ গ্ৰেপ্তাৰ কৰে সাংসদ সঞ্জয় সিঙক

সঞ্জয় সিঙৰ দিল্লীস্থিত আৱাসত EDৰ অভিযান

পুৱা ৭ বজাৰ পৰা ১০ ঘণ্টা ধৰি চলে তালাচী

দিল্লীৰ সুৰা নীতিৰ কেলেংকাৰিৰ গোচৰত EDৰ তালাচী

আবকাৰী নীতিৰ গোচৰত নাম আছিল সঞ্জয় সিঙৰ

একেটা গোচৰতে কাৰাগাৰত আবদ্ধ হৈ আছে মণীষ ছিচ’ডিয়া

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

4 × 3 =

Back to top button