অপৰাধঅসম

আয়তকৈ অধিক সম্পত্তিৰ তথ্য ৰৌণক আলী হাজৰিকাৰ

আদালতত হাজিৰ DIG ৰৌণক আলী হাজৰিকাক

◾ আদালতত হাজিৰ DIG ৰৌণক আলী হাজৰিকাক

◾ পুনৰ ১০ দিনৰ জিম্মাত বিচাৰিব আৰক্ষীয়ে

◾ আয়তকৈ অধিক সম্পত্তিৰ তথ্য ৰৌণক আলী হাজৰিকাৰ

◾ ৰৌণক আলী হাজৰিকাৰ সম্পত্তিক লৈ সন্দেহ তদাৰকী কোষৰ

◾ ১৬৪.৮০ কোটি সম্পত্তিৰ তথ্য লাভ তদাৰকী কোষৰ

◾ পল্টন বজাৰ আৰক্ষী থানাতো আছে ৰৌণক আলীৰ বিৰুদ্ধে গোচৰ

◾ মুখ্যমন্ত্ৰী তদাৰকী কোষৰ 6/21 নম্বৰৰ 13ab/13(2) ধাৰাত দুৰ্নীতি প্ৰতিৰোধ আইনৰ অধীনত গোচৰ ৰুজু

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

7 + 9 =

Back to top button