শ্ৰেণীবিহীন

শিক্ষক-শিক্ষয়িত্ৰীৰ পোছাকক লৈ বিশেষ নিৰ্দেশনা, নিৰ্দেশনা জাৰি উচ্চ শিক্ষা বি‍ভাগৰ…..

শিক্ষক-শিক্ষয়িত্ৰীৰ পোছাকক লৈ বিশেষ নিৰ্দেশনা, নিৰ্দেশনা জাৰি উচ্চ শিক্ষা বি‍ভাগৰ.....

শিক্ষক-শিক্ষয়িত্ৰীৰ পোছাকক লৈ বিশেষ নিৰ্দেশনা

নিৰ্দেশনা জাৰি উচ্চ শিক্ষা বি‍ভাগৰ

শিক্ষকে পিন্ধিব লাগিব FORMAL DRESS

শিক্ষকৰ বাবে ধাৰ্য ফৰ্মেল ছাৰ্ট-পেণ্ট, ধূতি-পায়জামা

শিক্ষকে পিন্ধিব নোৱাৰিব CASUAL DRESS

পিন্ধিব নোৱাৰিব জিনছ, টি-ছাৰ্ট, প’ল’ আদি

শিক্ষয়িত্ৰীয়েও পিন্ধিব লাগিব মাৰ্জিত পোছাক

পিন্ধিব লাগিব মেখেলা-চাদৰ, শাড়ী আৰু চুৰিদাৰ-কামিজ

পিন্ধিব নোৱাৰিব জিনছ, টি-ছাৰ্ট, লেগিঙছ আদি

শিক্ষক-শিক্ষয়িত্ৰী উভয়ে উগ্ৰ ৰঙৰ কাপোৰ পৰিহাৰ কৰিব লাগিব

পাৰ্টিৱেৰ আৰু বিশৃংখল পোছাক পৰিধানত বাধা

কৰ্তব্যৰ সময়ত মানি চলিব লাগিব এই নিয়ম

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

one × four =

Back to top button