ভাৰতৰাষ্ট্ৰীয় সুৰক্ষা

আজি ২২ সংখ্যক কাৰ্গিল বিজয় দিৱস

শ্বহীদ হৈছিল ৫২৭ জন জোৱান

◾আজি ২২ সংখ্যক কাৰ্গিল দিৱস

◾আজিৰ দিনটোত পাকিস্তানেৰে হোৱা যুদ্ধত বিজয় নিচান উৰুৱাইছিল ভাৰতীয় সেনাই

◾১৯৯৯ চনৰ ২৬ জুলাইত কাৰ্গিলৰ যুদ্ধত পাকিস্তানৰ বিৰুদ্ধে জয় লাভ কৰিছিল ভাৰতবৰ্ষই

◾৬০ দিন ধৰি চলিছিল কাৰ্গিল যুদ্ধ

◾দেশমাতৃৰ বাবে সাহসেৰে যুঁজি শ্বহীদ হৈছিল বীৰ জোৱানসকল

◾শ্বহীদ হৈছিল ৫২৭ জন জোৱান

◾সীমান্তত অতন্দ্ৰ প্ৰহৰী হৈ সাধাৰণ জনতাক সুৰক্ষিত কৰি ৰাখি আত্মবলিদান দিছিল বীৰ শ্বহীদসকলে

◾আজি ২২ টা বছৰ সম্পুৰ্ণ কৰিলে কাৰ্গিল যুদ্ধই

◾দীঘলীপুখুৰীৰ পাৰতো অনুষ্ঠিত হ’ল শ্ৰদ্ধাঞ্জলি অনুষ্ঠান

◾কাৰ্গিল শ্বহীদক সুৱৰি অনুষ্ঠিত হোৱা শ্ৰদ্ধাঞ্জলি অনুষ্ঠানত উপস্থিত থাকে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা

◾দীঘলীপুখুৰীত যুদ্ধ স্মাৰকত অমৰ জোৱানলৈ শ্ৰদ্দাঞ্জলি

 

 

 

 

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

17 − 12 =

Back to top button