Covid-19অসমৰাজনৈতিকস্বাস্থ্য

আজি হাফলঙত অনুষ্ঠিত হ’ব ৰাজ্য চৰকাৰৰ কেবিনেট বৈঠক, বৈঠকৰ পূৰ্বে স্বাস্থ্যমন্ত্ৰী কেশৱ মহন্তৰ গুৰুত্বপূৰ্ণ মন্তব্য…

ক’ভিড-১৯, প্ৰতিৰোধ, চিকিৎসাৰ বাবে নতুন নিৰ্দেশনা

আজি হাফলঙত ৰাজ্য চৰকাৰৰ কেবিনেট বৈঠক।

বৈঠকৰ পূৰ্বে স্বাস্থ্যমন্ত্ৰী কেশৱ মহন্তৰ গুৰুত্বপূৰ্ণ মন্তব্য।

ক’ভিড-১৯, প্ৰতিৰোধ, চিকিৎসাৰ বাবে নতুন নিৰ্দেশনা।

ক’ভিড পৰীক্ষাৰ নামত জৰুৰী চিকিৎসা সেৱা ব্যাহত নহ’ব।

লক্ষণ নথকা গৰ্ভৱতী মহিলাৰ ক’ভিড টেষ্ট জৰুৰী নহ’ব।

টেষ্টৰ অভাৱত ৰোগীক আন হাস্পতাললৈ প্ৰেৰণ কৰিব নোৱাৰিব।

ভৰ্তি হোৱাৰ ৫ দিনৰ পিছতে ক’ভিড আক্ৰান্তক ৰিলিজ দিব।

একেলগে ৩ দিন লক্ষণবিহীন হৈ থাকিলে আক্ৰান্তক ঘৰলৈ যাব দিব।

ৰিলিজ দিয়াৰ সময়ত ৰোগীৰ ক’ভিড টেষ্ট জৰুৰী নহ’ব।

৫ দিন হাস্পতালত থাকি অহা ৰোগীয়ে দুদিন কটাব লাগিব ঘৰত।

আক্ৰান্ত হোৱাৰ ৭ দিনৰ পিছত ক’ভিডমক্ত বিবেচিত হ’ব।

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

5 × 1 =

Back to top button