ভাৰতৰাজনৈতিক

আজি শপতগ্ৰহণ কৰিলে পাঞ্জাৱৰ নতুন মুখ্যমন্ত্ৰীৰ চৰণজিৎ সিং চন্নীয়ে

শপতগ্ৰহণ কৰিলে উপ-মুখ্যমন্ত্ৰীয়ে

আজি শপতগ্ৰহণ কৰিলে পাঞ্জাৱৰ নতুন মুখ্যমন্ত্ৰীৰ চৰণজিৎ সিং চন্নীয়ে। ২৫ মিনিট পলমকৈ অনুষ্ঠিত হ’ল শপতগ্ৰহণ অনুষ্ঠান। উপ-মুখ্যমন্ত্ৰীৰূপে শপত ল’লে সুখজিন্দৰ ৰান্ধবা, ব্রহ্ম মহিন্দ্রাই।

চন্নীৰামদাশিয়াৰ শিখ সম্প্ৰদায়ৰ নাগৰিক আৰু ৰাজ্যখনৰ প্ৰথমগৰাকী দলিত মুখ্যমন্ত্ৰী।

 

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

15 − 8 =

Back to top button