অসমদৈনিক বাতৰি

কাইলৈ প্ৰকাশ পাব চতুৰ্থ বৰ্গৰ নিযুক্তিৰ ফলাফল

কাইলৈ প্ৰকাশ পাব চতুৰ্থ বৰ্গৰ নিযুক্তিৰ ফলাফল

কাইলৈ প্ৰকাশ পাব চতুৰ্থ বৰ্গৰ নিযুক্তিৰ ফলাফল। তৃতীয় বৰ্গৰ নিযুক্তি ফলাফলৰ ২৪ ঘণ্টা পাছতে প্ৰকাশ পাব চতুৰ্থ বৰ্গৰ নিযুক্তিৰ ফলাফল। ১১ মে’ত একেলগে তৃতীয় আৰু চতুৰ্থ বৰ্গৰ পদৰ নিযুক্তি। গৃহমন্ত্ৰী অমিত শ্বাহে নিযুক্তি-পত্ৰ বিতৰণ কৰিব। খানাপাৰাত চৰকাৰৰ বৰ্ষপূৰ্তি অনুষ্ঠানত প্ৰদান কৰা হ’ব নিযুক্তি-পত্ৰ।

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

thirteen − eleven =

Back to top button