Covid-19Educationঅসম

আজিৰে পৰা আৰম্ভ হ’ব দশম শ্ৰেণীৰ পাঠদান

প্ৰতিখন শিক্ষানুষ্ঠানতে পাঠদানৰ প্ৰস্তুতি

আজিৰে পৰা আৰম্ভ হ’ব দশম শ্ৰেণীৰ পাঠদান। প্ৰতিখন শিক্ষানুষ্ঠানতে কৰা হৈছে পাঠদানৰ প্ৰস্তুতি।
শ্ৰেণীকোঠাসমুহ চাফ-চিকুণত ব্যস্ত বিদ্যালয় কৰ্তৃপক্ষ। ছেনিটাইজ কৰা হৈছে শ্ৰেণীকোঠা। পৰি-পাতিকৈ সজাই তোলা হৈছে স্কুলসমুহ।
এটা শ্ৰেণীকোঠাত ৩০জন শিক্ষাৰ্থীৰে চলিব পাঠদান। পৰ্যায়ক্ৰমে আৰম্ভ হ’ব আন শ্ৰেণীৰ পাঠদান।

সম্পৰ্কিত প্ৰবন্ধসমূহ

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনা প্ৰকাশ কৰা নহ'ব । প্ৰয়োজনীয় ক্ষেত্ৰসমূহত *এৰে চিন দিয়া হৈছে

3 × 3 =

Back to top button