Covid-19Educationঅসম

আজিৰে পৰা আৰম্ভ হ’ব দশম শ্ৰেণীৰ পাঠদান

প্ৰতিখন শিক্ষানুষ্ঠানতে পাঠদানৰ প্ৰস্তুতি

আজিৰে পৰা আৰম্ভ হ’ব দশম শ্ৰেণীৰ পাঠদান। প্ৰতিখন শিক্ষানুষ্ঠানতে কৰা হৈছে পাঠদানৰ প্ৰস্তুতি।
শ্ৰেণীকোঠাসমুহ চাফ-চিকুণত ব্যস্ত বিদ্যালয় কৰ্তৃপক্ষ। ছেনিটাইজ কৰা হৈছে শ্ৰেণীকোঠা। পৰি-পাতিকৈ সজাই তোলা হৈছে স্কুলসমুহ।
এটা শ্ৰেণীকোঠাত ৩০জন শিক্ষাৰ্থীৰে চলিব পাঠদান। পৰ্যায়ক্ৰমে আৰম্ভ হ’ব আন শ্ৰেণীৰ পাঠদান।

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

two − 1 =

Back to top button