Internationalleatest updateঅসমদৈনিক বাতৰিবিশ্ব

৩০০ ভাৰতীয় যাত্ৰীসহ ফ্ৰান্সত আৱদ্ধ বিমান, ফ্ৰান্স কৰ্তৃপক্ষই আৱদ্ধ কৰিলে বিমানখন…

৩০০ ভাৰতীয় যাত্ৰীসহ ফ্ৰান্সত আৱদ্ধ বিমান

৩০০ ভাৰতীয় যাত্ৰীসহ ফ্ৰান্সত আৱদ্ধ বিমান

ফ্ৰান্স কৰ্তৃপক্ষই আৱদ্ধ কৰিলে বিমানখন

অবৈধ মানৱ সৰবৰাহক কেন্দ্ৰ কৰি আবদ্ধ বিমান

দুজন যাত্ৰীক কৰায়ত্ত ফ্ৰান্স কৰ্তৃপক্ষৰ

অজ্ঞাত লোকৰ তথ্য ফ্ৰান্স কৰ্তৃপক্ষক

ভাৰতীয় দূতাবাসৰ বিষয়াক বিমানত প্ৰৱেশৰ অনুমতি

ভাৰতীয় দূতাবাসৰ বিষয়াক বিমানত প্ৰৱেশৰ অনুমতি বাতৰি মতে সংযুক্ত আৰৱ গণৰাজ্যৰ পৰা নিকাৰাগুৱা অভিমুখে গৈ আছিল বিমানখন। লিজেণ্ড এয়াৰলাইন্স নামৰ ৰোমানিয়াৰ চাৰ্টাৰ্ড বিমান প্ৰতিষ্ঠানৰ বিমান আছিল সংশ্লিষ্ট বিমানখন। ৩০৩জন ভাৰতীয় মূলৰ যাত্ৰী আছিল বিমানখনত। কাৰিকৰী বিজুতিৰ বাবে অবতৰণ কৰিছিল পূব ফ্ৰান্সৰ ৱাট্ৰি বিমানবন্দৰত। তেতিয়াই অজ্ঞাত লোকে বিমানবন্দৰ কৰ্তৃপক্ষক সতৰ্ক কৰি দিয়ে বিমানখনৰ কিছুসংখ্যক যাত্ৰী মানৱ  সৰবৰাহৰ চিকাৰ। লগে লগে বিমানখন আবদ্ধভাৱে ফ্ৰান্স কৰ্তৃপক্ষই। বিশেষ আৰক্ষীৰ দল বিমানখনত প্ৰৱেশ কৰে আৰু যাত্ৰীসকলক সোধাপোছা আৰম্ভ কৰে। সন্দেহবশতঃ দুজন যাত্ৰীক কৰায়ত্ত কৰে। পিছলৈ যাত্ৰীসকলক প্ৰয়োজনীয় সাহায্য দিবলৈ ভাৰতীয় দূতাবাসৰ বিষয়াক বিমানখনত প্ৰৱেশৰ অনুমতি প্ৰদান কৰে ফ্ৰান্স প্ৰশাসনে। সন্দেহ কৰা মতে এইসকল ভাৰতীয়ই নিকাৰাগুৱা হৈ আমেৰিকা বা কানাডাত অবৈধভাৱে

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

2 × one =

Back to top button