অপৰাধঅসম

কঠোৰ উচ্চ ন্য়ায়ালয়, নিলম্বন কৰিলে চৰাইদেউ জিলা মুখ্য ন্যায়িক দণ্ডাধীশ ৰাজনীশ বৰাক

অইলৰ এগৰাকী বিষয়াৰ গৃহত প্ৰৱেশ কৰি আচবাব লণ্ডভণ্ড কৰিছিল দণ্ডাধীশগৰাকীয়ে

⚫গুৱাহাটী  উচ্চ ন্যায়ালয়ৰ কঠোৰ স্থিতি

⚫চৰাইদেউ জিলা মুখ্য ন্যায়িক দণ্ডাধীশ ৰাজনীশ বৰাক নিলম্বন

⚫মৰাণ অইলৰ বিষয়াক আক্ৰমণৰ অভিযোগত নিলম্বন

⚫অইলৰ বিষয়া গৰাকীৰ গৃহত প্ৰৱেশ কৰি আচবাব লণ্ডভণ্ড কৰিছিল দণ্ডাধীশগৰাকীয়ে

⚫২৫ চেপ্তেম্বৰৰ নিশা সংঘটিত হৈছিল এই ঘটনা

⚫এই অভিযোগৰ ভিত্তিতেই নিলম্বন দণ্ডাধীশ গৰাকীক

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

three × five =

Back to top button