অসমৰাজনৈতিক

অধিৱেশন আজি কেইবাটাও গুৰুত্বপূৰ্ণ বিষয় উত্থাপন হ’ব

অসম বিধানসভাৰ শীতকালীন অধিৱেশনৰ আজি দ্বিতীয়দিন

অসম বিধানসভাৰ শীতকালীন অধিৱেশনৰ আজি দ্বিতীয়দিন। প্ৰশ্নোত্তৰ কালেৰে আৰম্ভ হৈছে সদনৰ দ্বিতীয়টো দিনৰ কাম-কাজ। অধিৱেশনৰ দ্বিতীয়দিনা আৰম্ভণিতেই উত্তপ্ত হৈ পৰিছে সদন। অধিৱেশন আজি কেইবাটাও গুৰুত্বপূৰ্ণ বিষয় উত্থাপন হ’ব।

ইফালে শিৱসাগৰৰ বিধায়ক অখিল গগৈৰ সদনৰ বাহৰিত সাব্যস্ত থাকিব প্ৰতিবাদ। এইবাৰ শীতকালীন অধিৱেশনত ১৬ খন বিধেয়ক উত্থাপন হোৱাৰ সম্ভাৱনা আছে।

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

12 + 8 =

Back to top button